Author: News Desk

জব্দ তিনি কোটিৰ য়াবা টেবলেট; গ্ৰেপ্তাৰ ড্ৰাগছ বেপাৰী

বঙাইগাঁৱৰ যোগীঘোপা আৰক্ষীৰ সফলতা । যোগীঘোপাত নিশা আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত তিনি কোটি টকাতকৈ অধিক মূল্যৰ ড্ৰাগছসহ কুখ্যাত…

ৰখাই থোৱা ট্ৰাকত খুন্দা আন এখন ট্ৰাকৰ;থিতাতে নিহত।চালক আৰু হেণ্ডিমেন

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত মৰ্মান্তিক দুৰ্ঘটনা । বৃহস্পতিবাৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দুখন ট্ৰাকৰ…

কাছাৰৰ ধলাইত জব্দ বুজন পৰিমাণৰ বিদেশী সুৰা

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। গোৱালপাৰাৰ পৰা‌ মিজোৰামলৈ অবৈধভাৱে সৰবৰাহৰ সময়ত এখন কাৰ্গো ডেলিভাৰী ট্ৰাকৰ পৰা…

চিলনী চোৰৰ সন্ত্ৰাস; মটৰচাইকেলত অহা চোৰে কাঢ়ি লৈ গ’ল নগদ ধন

বজালীৰ পাঠশালাত পুনৰ চিলনী চুৰৰ সন্ত্ৰাস। মটৰচাইকেলত অহা চুৰে এগৰাকী ব্যক্তিৰ পৰা কাঢ়ি লৈ গল ৫ লাখ ৪০ হাজাৰ টকা।…

পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা বলেৰ’ পিকআপৰ

হোজাই জিলাৰ যমুনামুখৰ ডেকেৰুৱা গাঁৱত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক গুৰুতৰভাৱে আহত হয় আন এজন যুৱক প্ৰাপ্ত তথ্য…

মহানগৰীত ভয়ংকৰ ডকাইটি;নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ লুটপাট

মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ডকাইটি। বুধবাৰে নিশা ২ বজাত জালুকবাৰীৰ ৰেডিছন ব্লু হোটেলৰ সমীপত সংঘটি হয় এই ঘটনা ৬ জনীয়া ডকাইটৰ…

অৱশেষত উদ্ধাৰ টুটুমণি দুৱৰাৰ মৃতদেহ।

অৱশেষত বানত সন্ধানহীন টুটুমণি দুৱৰাৰ মৃতদেহ উদ্ধাৰ৷ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱৰ বাসিন্দা আছিল টুটুমণি দুৱৰা। বিগত ১৯ জুলাইৰ…

“মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে কৈছো, ১৫ নহয় ক্ষতিগ্ৰস্তক ১০ লাখ টকাৰ এককালীন সাহায্য দিয়ক”

অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ…

পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰীৰ

মঙলদৈ নদীত পুনৰ উদ্ধাৰ মৃতদেহ। পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। মৃতদেহটো মঙলদৈৰ শান্তিপাৰা ১নং ৱাৰ্ডৰ কৰুণা দাসৰ…