Share and Enjoy !

Shares

ডিফুত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷

ডিফু ধৰমনলাৰ পানবাৰি ৰে’লৱে ব্ৰীজৰ তলত এটি মৃতদেহ পৰি থকাক লৈ চাঞ্চল্য৷

ৰে’ল লাইনৰ কাষতে থকা ধৰমনলাত গা ধুৱলৈ যোৱা লোকে পাতলীয়া হাবিৰ ভিতৰত অচিনাকি মৃতদেহ পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে৷

স্থনীয় লোকে কোনোৱে লোকজনক হত্যা কৰি মৃতদেহ পেলাই যোৱা বুলি সন্দেহ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *