Share and Enjoy !

Shares

 

বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ী তথা ক্ষুদ্ৰ চাহ খেতিয়ক নিৰঞ্জন মেধি (দাদুল)ৰ মৃতদেহ উদ্ধাৰ

ঘৰৰ পিছফালে থকা পথাৰত ৰহস্যজনৰভাৱে উদ্ধাৰ ব্যৱসায়ীজনৰ মৃতদেহটো

সোমবাৰৰ পৰা সন্ধানহীন আছিল নিৰঞ্জন মেধি

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

নিৰঞ্জন মেধিৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ

Leave a Reply

Your email address will not be published. Required fields are marked *