Share and Enjoy !

Shares

স্ব-গৃহত উপস্থিত অৰুণাচল প্ৰদেশত মৃত্যু হোৱা অসমৰ CRPF জোৱান কমল তালুকদাৰৰ নশ্বৰ দেহ ।

শণিবাৰে কৰ্তব্যৰত অৱস্থাত ঢলি পৰি চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লৈছিল বজালীৰ কুৰোবাহা দাৰিয়াপাৰাৰ জোৱানজনে ।

২৭ বছৰ চাকৰি কালতে মৃত্যুক সাৱটিলে বজালীৰ CRPF জোৱান কমল তালুকদাৰে ।

দুই পুত্ৰ সন্তানসহ পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃক ইহঁ সংসাৰৰ এৰি বিদায় ল’লে জোৱানজনে ।

জোৱানজনৰ নশ্বৰ দেহ স্ব-গৃহ আহি পোৱাৰ পিছতে কান্দোনৰ ৰোল বজালীৰ কুৰোবাহা দাৰিয়াপাৰাৰ ঘৰখনত ।

সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ল বজালীৰ CRPF জোৱান কমল তালুকদাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *