Share and Enjoy !

Shares

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বঙাইগাঁৱত বামপন্থী দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ।

বঙাইগাঁও চহৰৰ পাগলা স্থানৰ গান্ধী মূৰ্তিৰ সন্মুখত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বঙাইগাঁও আৰু চিৰাং জিলা কৃ্ষক সভা, চি আই টি ইউ, অসম কৃষি আৰু গ্ৰাম্য শ্ৰমিক ইউনিয়ন, ডি ৱাই এফ আই , মহিলা সমিতিৰ উদ্যোগত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰী সকলে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ পদত্যাগ কৰক, এচ আই আৰ বাতিল কৰিছে, গণতন্ত্ৰ ৰক্ষা কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *