Share and Enjoy !

Shares

আপোনাৰ সোণৰ গহনা চুৰি হৈছে নেকি?

তেন্তে মালিগাওঁ আৰক্ষী চকী লৈ আহক

আৰক্ষী চকীৰ পৰা আপুনি বাছি উলিওৱাক আপোনাৰ চুৰি হোৱা সোণৰ আঙুঠি,চেইন , খাৰু ,মোবাইল

চুৰি গহনা, কাঁহী বাতি,মোবাইল ফোনৰে ভৰিছে গোচলা আৰক্ষী চকী

আৰক্ষীৰ জালত মালিগাঁৱৰ এটা চোৰৰ পৰিয়াল

চুৰি সামগ্ৰী ক্ৰয় কৰি কেবাবাৰো ৰঙা ঘৰৰ আলহী গুপ্তা পৰিয়াল

গুপ্তা পৰিয়ালৰ তিনি চোৰসহ পাঁচ গভাইত চোৰ আৰক্ষীৰ জালত

এটা ছাগলীয়ে উদ্ঘাটন কৰিলে মালিগাওঁৰ চুৰি কাণ্ডৰ ৰহস্য

চুৰি হোৱা ছাগলী উদ্ধাৰ কৰিছিল মালিগাঁও আৰক্ষী চকীয়ে

ছাগলী চোৰ আকাশ বৈশ্যক আটক কৰাৰ পিছতে ওলাই পৰিল উৰহি গছৰ উৰ

ছাগলী চোৰ আকাশ বৈশ্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে কৃষ্ণ মাহাতো,অন্দিপ দাস, ৰাজা গুপ্তা,চনু গুপ্তা আৰু এই গৰাকী মহিলা নাম প্ৰতিভা দেৱীক

চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ এক লাখ আশী হাজাৰ টকা,কেবাটাও সোণৰ আঙুঠি, চেইন,খাৰু , মোবাইল ফোন

দীৰ্ঘদিন ধৰি মালিগাঁওত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই চোৰৰ গেংটোৱে

সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে

 

Leave a Reply

Your email address will not be published. Required fields are marked *