Category: ৰাজ্য

মায়ঙত বলেৰ’ বাহনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ;জব্দ ডেৰ লাখ নগদ ধন

গো সৰবৰাহকাৰীৰ বিৰুদ্ধে মৰিগাঁও মায়ং থানাৰ আৰক্ষী অভিযান। অভিযানত মঙলবাৰে নিশা দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা অপৰাধী দুজন এনামুল…

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ ভয়ংকৰ দুৰ্ঘটনা;নিহত এজন,আহত ৩জন

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে মেৰাপানীত ভয়ংকৰ দুৰ্ঘটনা। মেৰাপানীৰ চাউদাং পথাৰত দুখন তীব্ৰবেগী বাইকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্যত থিতাতে নিহত এজন যুৱক।…

আজি বিজয়া দশমী, বিসৰ্জন দিয়া হ’ব দেৱী দুৰ্গা

আজি বিজয়া দশমী। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নৰে বিদায় দিয়া হ’ব। ৰাজ্যজুৰি বিজয়া দশমীৰ বিস্তৃত কাৰ্যসূচী…

হেঙেৰাবাৰীৰ নেহা এপার্টমেন্টত উদ্ধাৰ শুৱালকুছিৰ ডলী কাশ্যপৰ মৃতদেহ

দুর্গা পূজাৰ আনন্দৰ মাজতে গুৱাহাটীত আন এক চাঞ্চল্যকৰ ঘটনা। হেঙেৰাবাৰীৰ নেহা এপার্টমেন্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ। নিথৰ অৱস্থাত উদ্ধাৰ ডলি কাশ্যপৰ…

দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে ৰঙিয়াত মৰেল পুলিচিঙৰ ঘটনা

দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে ৰঙিয়াত মৰেল পুলিচিঙৰ ঘটনা পূজা চাবলৈ গৈ দুৰ্ঘটনাত পতিত দুই যুৱকক দলবদ্ধ আক্রমণ আক্রমণত এজনৰ মৃত্যু,…

উত্তৰ গুৱাহাটীত বিজয়া দশমীৰ বিশেষ ৰাৱণ দহন কাৰ্যসূচী

কাইলৈ বিজয়া দশমী। উত্তৰ গুৱাহাটীত বিজয়া দশমীৰ বিশেষ ৰাৱণ দাহন কাৰ্যসূচী। উত্তৰ গুৱাহাটী মধ্যমখণ্ডত ৮০ ফুট উচ্চতাৰ ৰাৱণ। কাইলৈ বিজয়া…

পূজা মণ্ডপৰ দানপাত্র চুৰি; CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য

পূজাৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ জি এফ ৰোডত চাঞ্চল্যকৰ ঘটনা জি এফ ৰোডত চোৰে লুটি নিলে পূজা মণ্ডপৰ দানপাত্র প্রায়…

নৱমী উপলক্ষে ঐতিহাসিক পৰিহৰেশ্বৰ দেৱালয়ত উখল-মাখল পৰিৱেশ

নৱমী উপলক্ষে বজালীৰ ঐতিহাসিক পৰিহৰেশ্বৰ দেৱালয়ত উখল-মাখল পৰিৱেশ। ৰাণী ফুলেশ্বৰী আৰু ৰুদ্ৰ সিংহৰ দিনৰে পৰা চলি আহিছে বলি বিধান প্ৰথা।…

আজি মহানৱমী;দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত আকাশ-বতাহ।

আজি মহানৱমী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো পূজা মণ্ডপসমূহত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।…

গৃহস্থ পূজা চাবলৈ যোৱাৰ সুযোগতে চোৰৰ চাফাই অভিযান।

হাঁহি মুখে দূৰ্গাপূজা চাবলৈ গৈ নিশা কান্দিবলগীয়া হ’ল গৃহস্থ৷ ছিপাঝাৰৰ বালিপাৰাত গৃহস্থই সপৰিয়ালে পূজা চাবলৈ যোৱাৰ সুযোগ লৈ চোৰে লুটি…