Category: গুৱাহাটী

“আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ’ম”- গৌৰৱ গগৈ

অসম বিধানসভা নিৰ্বাচন-২০২৬ত থেকেচা কংগ্ৰেছৰ। মাত্ৰ ১৯খন আসনতে সীমাৱদ্ধ থাকিল কংগ্ৰেছৰ জয়যাত্ৰা। কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ পাছতে সোমবাৰে সন্ধিয়া ভাগত…

ঐতিহাসিক জয়ৰ পাছতে সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ প’ষ্ট

ভাৰতীয় জনতা পাৰ্টীৰ ঐতিহাসিক বিজয়। অসমত যেন ধূলিসাৎ হ’ল কংগ্ৰেছ দল। অভিলেখ সৃষ্টি কৰিলে ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে।…

ষষ্ঠবাৰৰ বাবে জালুকবাৰীত পুনৰ জয়ী ডঃ হিমন্ত বিশ্ব শৰ্মা

ষষ্ঠবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা পুনৰ জয়ী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা । ৮৭,৭০১ টা ভোটৰ ব্যৱধানত জালুকবাৰী সমষ্টিৰ পৰা…

ঐতিহাসিক পিছতে সংবাদমেল সম্বোধন ডঃ হিমন্ত বিশ্ব শর্মাৰ

বিজেপিৰ ঐতিহাসিক বিজয়। ঐতিহাসিক পিছতে সংবাদমেল সম্বোধন ডঃ হিমন্ত বিশ্ব শর্মাৰ। বশিষ্ঠৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে…

বিশিষ্ট সাংবাদিক, চিন্তাবিদ হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’

বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক তথা চিন্তাবিদ হাইদৰ হুছেইনলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ । অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ…

ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিশ্বনাথত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন। জিলাখনৰ তিনিটা সমষ্টিৰ ভোট গণনা হ’ব জিলা আয়ুক্তৰ…

বেলতলাত চুৰিকাৰ্য; CCTV কেমেৰাত বন্দী চুৰিকাৰ্যৰ দৃশ্য

বশিষ্ঠ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ ধুবুৰীৰ মাজুম আলী, ছয়গাঁৱৰ ছামান আলীক গ্ৰেপ্তাৰ ধৃত দুয়োৰে পৰা জব্দ ৰূপৰ অলংকাৰৰ লগতে…

ৰাজ্যত বৃদ্ধি কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ মূল্য

সুৰাপায়ীৰ বাবে এটা বেয়া খবৰ। ৰাজ্যত বৃদ্ধি কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ মূল্য। আজিৰে পৰা প্ৰতিটো ব্ৰেণ্ডৰ বিয়েৰৰ দাম ১০ ৰ পৰা…