Share and Enjoy !

Shares

অৱশেষত CBIৰ জালত পৰিল মহাপ্রৱঞ্চক সঞ্জয় ভগত

ট্রেডিং আৰু অনলাইন ইনভেষ্টমেণ্টৰ নামত কোটি কোটি টকা লুটিছিল সঞ্জয়ে

CBIয়ে দীৰ্ঘদিন ধৰি চলোৱা অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰে সঞ্জয় ভগতক

পশ্চিমবংগৰ পৰা গ্রেপ্তাৰ মহাপ্রৱঞ্চক সঞ্জয় ভগতক

গুৱাহাটীৰ বিশেষ CBI আদালতত হাজিৰ কৰোৱা হৈছে সঞ্জয় ভগতক

Leave a Reply

Your email address will not be published. Required fields are marked *