Share and Enjoy !

Shares

চাপৰ আৰক্ষীৰ বৃহৎ সফলতা! নিশা অবৈধ সুৰাৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান।অভিযানত জব্দ বৃহৎ পৰিমানৰ অবৈধ সুৰা।

জানিব পৰা মতে, বঙাইগাঁওৰ পৰা পশ্চিমবংগ অভিমুখে এখন মালবাহী বলেৰো বাহনত অবৈধ সুৰা সৰবৰাহ কৰি থকা অৱস্থাত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষী।

আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ AS-02-DC-0771।

ঘটনাস্থলীত আৰক্ষীয়ে অবৈধ সুৰাসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

পলাতক চালকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

বঙাইগাঁৱৰ পৰা পশ্চিমবংগলৈ সৰবৰাহৰ কৰিছিল চেষ্টা সুৰাখিনি।

Leave a Reply

Your email address will not be published. Required fields are marked *