হাইলাকান্দিত যুব কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
হাইলাকান্দি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত।
আলগাপুৰ–কাটলিছেৰা সমষ্টিৰ বিধায়ক জুবেইৰ আনম মজুমদাৰৰ নেতৃত্বত প্ৰতিবাদ।
শতাধিক যুৱ কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কৰে জিলা আয়ুক্তৰ কাৰ্যালয়।
অৰুণোদয় প্ৰকল্পত সংখ্যালঘু ৰাইজক বঞ্চিত কৰাৰ অভিযোগ।
দ্ৰব্য মূল্যবৃদ্ধিকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত।
প্ৰতিবাদস্থলীত আৰক্ষীৰ বাধা প্ৰদান।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ মৃদু লাঠিচাৰ্জ।
প্ৰতিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত উত্তেজনাময় পৰিস্থিতি।