Share and Enjoy !

Shares

ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ।

কাকপথাৰতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আছুৰ তীব্ৰ প্ৰতিবাদ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ।

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা।

আছুৰ অভিযোগ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শীঘ্ৰে হ্ৰাস আৰু পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ দাবী।

কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰত প্ৰতিবাদী কাৰ্যসূচী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *