Share and Enjoy !

Shares

উজনিৰ ৩জিলাৰ বানাক্ৰান্তসকলক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত দিছপুৰত প্ৰতিবাদ সাব্যস্ত।

ৰাইজৰ দল আৰু কৃষক মুক্তিৰ কৰ্মকতাসকলৰ এই প্ৰতিবাদ।কাৰ্যসূচী প্ৰতিবাদৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

প্ৰতিবাদৰ সময়ত সৃষ্টি হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতি।

হতাহতিত আঘাতপ্ৰাপ্ত হয় বহুকেইগৰাকী প্ৰতিবাদকাৰী। কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই মূৰত আঘাত পোৱাৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ধৈৰ্য কোৱঁৰকো চোচৰাই লৈ যায় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *