৪ মে’ সোমবাৰে ঘোষণা হ’ববিধানসভা নিৰ্বাচনৰ ফলাফল।
অসমৰ লগতে ৪খন ৰাজ্যৰ ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।
ঘোষণা হ’ব। পশ্চিম বংগ, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত অৰ্থাৎ ৪ মে’ত ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰা হৈছে।
৪ মে’ত সুৰাৰ বিপণী, হোটেল, ৰেষ্টুৰেণ্ট, ক্লাবকে ধৰি অনুজ্ঞা পত্ৰ থকা কোনো প্ৰতিস্থানতে সুৰা বিক্ৰী আৰু যোগান বন্ধ ৰাখিব লাগিব।
তাৰকাযুক্ত হোটেলতো বিক্ৰী কৰিব নোৱাৰিব সুৰা।