Share and Enjoy !

Shares

কামাখ্যা বন দুৰ্গা মন্দিৰত চুৰিকাণ্ড।

লৰ্ড কৃষ্ণ মূৰ্তি চুৰি কৰি মহানগৰ আৰক্ষীৰ জালত ভোলা ৰাভা।

বকো নালাঘাতৰ ভোলা ৰাভা দীৰ্ঘদিন ধৰি মহানগৰীত চুৰি কাৰ্য কৰি আহিছিল।

মন্দিৰৰ লৰ্ড কৃষ্ণ ৰূপৰ মূৰ্তিটো চুৰি কৰি আত্মগোপন কৰি আছিল গভাইত চোৰ ভোলা ৰাভা।

জালুকবাৰী আৰক্ষীয়ে সাত মাইলৰ এটা ভাৰাঘৰৰ পৰা চোৰজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে লৰ্ড কৃষ্ণৰ অক্ষত মূৰ্তিটো।

সম্প্ৰতি কামাখ্যা আৰক্ষীৰ জিম্মাত গভাইত চোৰ ভোলা।

Leave a Reply

Your email address will not be published. Required fields are marked *