পুনৰ বৃদ্ধি পালে কণীৰ দাম
৩০ টকাকৈ বৃদ্ধি পালে প্ৰতি প্লেট কণীৰ দাম
পূৰ্বতে প্ৰতি প্লেট কণীৰ দাম আছিল ১৭০ টকা
এতিয়া প্ৰতি প্লেট কণীৰ দাম হ’ল ২০০ টকা
১ কাৰ্টুন কণীৰ দাম পূৰ্বতে আছিল ১১৫০ টকা
এতিয়া ১ কাৰ্টুন কণীৰ দাম ১২০০ টকা
বহিঃৰাজ্যৰ পৰা অহা কণীৰ দাম বৃদ্ধি