Share and Enjoy !

Shares

নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত থকাৰ মাজতে জুৰীয়াত আৰক্ষীৰ জালত পৰে দুই কুখ্যাত সৰবৰাহকাৰী৷

জুৰীয়া আৰক্ষীয়ে শিঙাৰীত অভিযান চলাই বুজন পৰিমাণৰ হে’ৰইন সহ দুই সৰবৰাহকাৰী মাইজুল হক আৰু জয়নাল উদ্দিন গ্ৰেপ্তাৰ কৰে ৷ ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ জুৰীয়াৰ মাহগুৰিত । আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *