Share and Enjoy !

Shares

অন্ত পৰিল জল্পনা-কল্পনা। ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিকযোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২১ এপ্ৰিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *