Share and Enjoy !

Shares

মৰিগাঁও সদৰ বিহুতলীৰ সমীপত উদ্ধাৰ মৃতদেহ।

AS21H3671 নম্বৰৰ ৰখাই থোৱা মাৰুতি অল্টো বাহনত উদ্ধাৰ মৃতদেহটো।

চালকৰ আসনতে মৃত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।

মৃত ব্যক্তিজন দ্বীপ কুমাৰ শইকীয়া বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈ ব্যক্তিজনৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।

নিশা মৰিগাঁও আৰক্ষীয় বাহনৰ পৰা ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *