Share and Enjoy !

Shares

মহানগৰীৰ বামুণীমৈদামৰ ৰে’লৱে কল’নীত উচ্ছেদ অভিযান

ৰে’লৰ মাটিত অবৈধভাবে ঘৰ বনাই বসবাস কৰি আহিছিল বহুলোকে

প্ৰায় ৪০টা ঘৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

উচ্ছেদিত অধিকাংশ লোকেই আছিল ৰে’ল বিভাগৰ প্ৰাক্তন কৰ্মচাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *