Share and Enjoy !

Shares

মহানগৰীৰ গজৰাজৰ মুক্ত বিচৰণ

নিশা বতাহঘুলিত বনাঞ্চলৰ পৰা ওলাই আহে হাতীটো

পাঞ্জাবাৰীৰ ৰাজপথ, স্থানীয় লোকৰ ঘৰত বিচৰণ কৰে বন্যহস্তীয়ে

খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহে হাতীটোৱে

আমচাং বনাঞ্চলৰ পৰা আহিছিল বন্যহস্তীটো

Leave a Reply

Your email address will not be published. Required fields are marked *