সিদ্ধাৰ্থ শৰ্মাৰ ৬টা বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ
সিদ্ধাৰ্থৰ সৈতে লেনদেন কৰা কেইবাজনৰো বেংক একাউণ্ট জব্দৰ নিৰ্দেশ
বিশেষ ফাষ্ট ট্রেক আদালতে দিছে এই নিৰ্দেশ
আনহাতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একু’ৱা জব্দৰ নিৰ্দেশ
HC-এ বিষয়টো বিচাৰৰ বাবে ফাষ্ট ট্রেক আদালতক দায়িত্ব দিছিল
কেইবাদিনো ধৰি চলা শুনানিৰ অন্তত আজি ফাষ্টট্রেক আদালতৰ এই নিৰ্দেশ