Share and Enjoy !

Shares

হাইলাকান্দিৰ আলগাপুৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জাহ যায় তিনি খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

পুৱা প্ৰায় পাঁচ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পাই আৰক্ষী আৰু তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ কৰে।

অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *