Share and Enjoy !

Shares

জালুকবাৰীত ট্ৰেইনৰ খুন্দাত আঙুলি ছিগিল এগৰাকী ব্যক্তিৰ।

আঙুলি সহ কামাখ্যা ৰে’লৱে আৰক্ষীৰ হাজিৰ হ’ল প্ৰত্যক্ষদৰ্শী।

জালুকবাৰী কাটিয়া দলঙত সংঘটিত এই ঘটনা।

কাটিয়া দলস্থিত ৰে’লৱে ট্ৰেইনে কাটিলে ব্যক্তি গৰাকীক।

ট্ৰেইনৰ খুণ্ডাত গুৰুতৰভাবে আহত ব্যক্তি গৰাকী।

এতিয়ালৈকে জানিবলৈ পৰা হোৱা নাই ব্যক্তি গৰাকীৰ পৰিচয়।

গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকীক গুৱাহাটীৰ ব্যক্তিগত হস্পিতেলত ভৰ্তি কৰা হয়।

ঘটনা সম্পৰ্কে অভিযান চলাই আছে কামাখ্যা ৰে’লৱে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *