Share and Enjoy !

Shares

মহানগৰীত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

বোন্দাজানত পৰি নিৰুদ্দেশ এজন লোক।

নিৰুদ্দেশ হোৱা লোক জন কেন্দুগুৰিৰ বিষ্ণু দাস(৩৫)।বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে নিশা বীৰকুচিস্থিত কৰ্মস্থলীৰ কেন্দুগুৰিস্থিত ঘৰ অভিমুখে আহি থকা অৱস্থাতে বোন্দাজান পাৰ হবলৈ লওঁতে হঠাৎ পিচলি পৰে বোন্দাজানত।
তাৰ পিছতে নিৰুদ্দেশ হয় লোকজন।

নিশাৰ ভাগত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান নোপোৱাত আজি পুনৰ উদ্ধাৰ অভিযান চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *