Share and Enjoy !

Shares

গুৱাহাটীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা।। খানাপাৰাস্থিত ‘দ্যা লোকেলছ’ (The Locals) নামৰ নাইট ক্লাৱ/ডিস্ক’ত এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ অভিযোগ।

প্ৰাপ্ত খবৰ অনুসৰি, ক্লাৱলৈ অহা এগৰাকী যুৱতীক অৰ্ধ-উলংগ কৰি ক্লাৱটোৰ নিৰাপত্তাৰক্ষী অৰ্থাৎ বাউন্সাৰসকলেও যুৱতীগৰাকীক প্ৰহাৰ কৰে। কেৱল ইমানতে ক্ষান্ত নাথাকি ক্লাৱটোৰ চতুৰ্থ মহলাৰ পৰা প্ৰহাৰ কৰি যুৱতীগৰাকীক তললৈ নমাই অনা হয়। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যুৱতী গৰাকীক প্ৰহাৰ কৰা ভিডিঅ।

এই আক্ৰমণৰ প্ৰকৃত কাৰণ এতিয়াও অস্পষ্ট হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *