গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহীৰ নামাকৰণ৷ নতুনকৈ জন্ম লাভ কৰা কণমানি জিৰাফৰ নামকৰণ ।
১৬ আগষ্টত জন্ম হোৱা জিৰাফৰ পোৱালীৰ নামকৰণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
১৬ আগষ্টত জন্ম লাভ কৰা জিৰাফৰ ‘গগণ’ নাম দিলে বনমন্ত্রী জয়ন্তমল্ল বৰুৱাই৷
উল্লেখ্য যে ২০২২ বৰ্ষত পাটনাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল পোৱালিটোৰ মাতৃ বিজয়াক। একেদৰে দৰে ২০১৯ বৰ্ষত মহীশূৰৰ পৰা অনা হৈছিল পোৱালিটোৰ পিতৃ বিজয়ক। ইয়াৰ আগতে ২০২৩ বৰ্ষত সিহঁতৰ প্রথম পোৱালীটোৰ জন্ম হৈছিল।