Share and Enjoy !

Shares

মহানগৰীৰ পাণ্ডু শদিলপুৰ চুৰিকাঘাটৰ ঘটনা।

ভাগিনীয়েকৰ হাতত ৰক্তাক্ত হ’ল মোমায়েক।

চুৰিকাঘাটত মূৰত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত পৱিত্ৰ দাস নামৰ লোকজন।

বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত লোকজনক।

পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

বিনোদ হালৈ নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ।

বৰ্তমান জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *