গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ
আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীটো SIR ৰ বিৰোধিতাৰে প্ৰতিবাদ
নৱ গঠিত সংগঠন “People Against SIR” ৰ আহ্বানত এই প্ৰতিবাদ
দেশৰ নাগৰিকৰ ভোটাধিকাৰ কৰ্তন কৰা SIR ৰ বিৰোধিতা কৰাৰ লগতে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰিত প্ৰতিবাদস্থলী
শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লৈছে প্ৰতিবাদী কাৰ্যসূচীত