Share and Enjoy !

Shares

গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ আমৰণ অনশন।

নামভৰ্তিৰ মাচুল ৰেহাইৰ দাবীত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীসকলৰ।

পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু সকলো Self Financing পাঠ্যক্ৰমৰ মাচুল হ্ৰাসৰ দাবী।

লগতে Fee waiver আঁচনি কাৰ্যকৰীকৰণৰ দাবীত এই প্ৰতিবাদ।

অন্য বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল অত্যাধিক হোৱাৰ অভিযোগ।

এনে পৰিস্থিতিত সাধাৰণ পৰিয়ালৰ শিক্ষার্থী উচ্চশিক্ষা লাভ পৰা বঞ্চিত হ’ব।

চৰকাৰ তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক শীঘ্রে ব্যৱস্থা গ্ৰহণৰ দাবী।

মাচুল হ্ৰাস নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য।

Leave a Reply

Your email address will not be published. Required fields are marked *