Share and Enjoy !

Shares

মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ ঘটনা

দুজন ব্যৱসায়িক অপহৰণ কৰি ধন দাবী অপহৰণকাৰী দলৰ।

নুনমাটি আৰক্ষীৰ জালত ৫টাকৈ অপহৰণকাৰী

নুনমাটিৰ নিজৰাপাৰ চানিদুল আলী আৰু ইমদাউল হক নামৰ দুজন ব্যৱসায়িক অপহৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি দিছিল অপহৰণকাৰীয়ে।

অপহৰণকাৰী দুইজন লোকক অপহৰণ কৰি বকোৰ সোনতালি ঘনজংগলত ৰাখিছিল।

অপহৰণকাৰীয়ে একলাখ টকা মুক্তিপন দাবী কৰিছিল ব্যৱসায়িক জনৰ পৰিয়ালক।

পৰিয়ালৰ গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে অভিযান চলাই বকোৰ পৰা গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী পাঁচজনক।

নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপহৰণকাৰী ক্ৰমে আবু জবেয়াৰ আকণ্ড, চাজিদ আলী, হাইদৰ আলী, ৰেকীবুল আলামিন, নুৰ ইছলাম।বুলি জানিব পৰা গৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *