কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
পুৱা ১০ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।
কাইলৈ পুৱা ৭.৩০ বজাত অসম বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিব ফলাফল প্ৰকাশ পাবলগীয়া ৱেবছাইট সমূহ।
এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত নাথাকে কোনো স্থান।