Share and Enjoy !

Shares

মাছ মাৰিবলৈ গৈ সন্ধানহীন মাজুলীৰ ময়ুৰী পায়েং।

ময়ুৰী পায়েং মাজুলী বালি জকাইবোৱা গাঁৱৰ নিলমজ্যোতি পায়েংৰ পত্নী।

আজি পুৱাই মাজুলীৰ খেৰকটীয়া নৈত মাছ মাৰিবলৈ গৈ হঠাৎ পিছলি পৰে।

‘মোক বচাওক বচাওক’ বুলি চিঞৰি আছিল যদিও লগৰীয়া মহিলাসকলে উদ্ধাৰ কৰিবলৈ সামৰ্থ নহ’ল ময়ুৰী পায়েংক।

ঘটনাৰ পাছতে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে বৰ্তমানলৈ সন্ধান পোৱা ময়ুৰী পায়েংৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *