Share and Enjoy !

Shares

ভূৰাগাঁৱৰ বাঘউঠাত জঘণ্য হত্যাকাণ্ড।

৬ সন্তানৰ বিধবা মাতৃক বিয়া কৰাই নি হত্যা।

মৰিগাঁৱৰ বাঘউঠাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড

বিয়া কৰাই নি মহিলা গৰাকীক নৃশংস ভাৱে হত্যা কৰে তিনি ভাতৃয়ে ।

মহিলাগৰাকীৰ মৃতদেহ দুদিন ধৰি ঘৰতে লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে।

মৃত মহিলা গৰাকীৰ নাম মিনো বড়ো (৪৮)।বুলি জানিব পৰা গৈছে।

এগৰাকী ১৩ বছৰীয়া কন্যা সন্তানসহ ৬ সন্তানৰ আছিল মৃত মিনো বড়োৰ।

মিনু বড়োৰ সৈতে বুলবুল বড়োৰ আছিল অবৈধ সম্পৰ্ক।

স্থানীয় ৰাইজে দেওবাৰে বুলবুলক চমজাই দিছিল মিনু বড়োক।

সোমবাৰে মিনু বড়োক নৃশংস ভাৱে দুই ভাতৃৰে মিলি শাৰিৰীক নিৰ্যাতন চলাইছিল।

নিশাই মৃত্যু হৈছিল মিনু বড়োৰ। কিন্তু মৃতদেহ ঘৰৰ ভিতৰতে ৰাখি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে।

ঘটনাৰ দুদিনৰ পাছত ঘটনা সন্দৰ্ভত ভূৰাগাঁও আৰক্ষীয়ে খবৰ লাভ কৰি তদন্ত আৰম্ভ কৰিছে।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *