Share and Enjoy !

Shares

পৱিত্ৰ গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন।

গা-ধুবলৈ গৈ সন্ধানহীন ২৩ বছৰীয়া অজয় কুৰ্মী।

৪ নং শিয়ালমাৰীৰ সমীপৰ বালিকেম্প নামৰ কেম্পটোত কৰ্মৰত আছিল কুৰ্মী।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কেজুৱেল কৰ্মীৰূপে কৰ্মত নিয়োজিত আছিল অজয় কুৰ্মী।

কেম্পৰ সমীপত এটা দ-খাৱৈত গা-ধুবলৈ গৈ সন্ধানহীন ২৩ বছৰীয়া অজয় কুৰ্মী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *