শক্তিপীঠ কামাখ্যাত কংগ্ৰেছ নেতা পৱন খেড়া
মা কামাখ্যাৰ আশিস ল’লে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে
দেৱীৰ চৰণত পৱন খেড়াই আগবঢ়ালে পূজা-অৰ্চনা
উল্লেখ্য যে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ বাবে গুৱাহাটীত উপস্থিত জ্যেষ্ঠ নেতাগৰাকী
তাৰ পূৰ্বে শক্তিপীঠত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী