Share and Enjoy !

Shares

ৰঙিয়াত মৰ্মান্তিক পথ দুৰ্ঘটনা।

ৰঙিয়া-লতিবাৰী পথৰ চিৰাখুন্দিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

বাইক আৰু বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিজনকৈ যুৱক।

নিহতসকল ক্ৰমে দুই ভাই-ককাই জুবাইৰ আলম (১৮) আৰু মজৰুল চুলতান (১০)। আন এজন তেওঁলোকৰে সম্পৰ্কীয় চুলতান আলী (২২)।

নিহত যুৱককেজনৰ ঘৰ তামুলপুৰ জিলাৰ চিৰাখুন্দিত।বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *