Share and Enjoy !

Shares

YouTube আৰু OTT প্লেটফৰ্মত উপলভ্য হ’ল জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।

YouTubeত লাইভ সম্প্ৰচাৰ ‘ৰৈ ৰৈ বিনালে’।

জুবিন গাৰ্গৰ এই সপোনৰ ছবিখন প্ৰতিখন ঘৰলৈ লৈ যোৱাৰ প্ৰয়াস হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে জিল ক্ৰিয়েচনে।

শনিবাৰে ‘ৰৈ ৰৈ বিনালে’ ছবিৰ টীমে জুবিন গাৰ্গৰ শেষ ছবিখন YouTube আৰু OTT প্লেটফৰ্মত উপলভ্য কৰাৰ কথা ঘোষণা কৰিছিল।

বৰ্তমান NKBigstar OTT প্লেটফৰ্ম আৰু জিল ক্ৰিয়েচনৰ YouTube চেনেলত ছবিখন উপভোগ কৰিব পাৰিছে দৰ্শকে।

প্ৰকাশিত তথ্য অনুসৰি, ইতিমধ্যে প্ৰায় ৩০ হাজাৰ লোকে ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *