Share and Enjoy !

Shares

চামগুৰিৰ শিৱস্থানত দেওবাৰে মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় শিৱস্থান বজাৰৰ পাঁচখনকৈ বিপনী

জুইত জাহ যায় প্ৰায় ৫০-৬০ লাখ টকাৰ সামগ্ৰী।

মাজনিশা সংঘটিত এই অগ্নিকাণ্ডকলৈ হুৱাদুৱা লাগে দোকানসমূহৰ গৰাকীৰ লগতে স্থানীয় ৰাইজৰ মাজত।

নিমিষতে জুইৰ লেলিহান শিখাই লক্ষ লক্ষ টকাৰ বয় বস্তু ছাই কৰি পেলোৱাত কান্দোনত ভাগি পৰে

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতো সোনাইবালীস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ

বৰ্তমানলৈ জানিব পৰা হোৱা নাই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ

 

Leave a Reply

Your email address will not be published. Required fields are marked *