শিৱসাগৰ ষ্টেচন চাৰিআলিত ড্ৰাগছসহ সৰবৰাহকাৰী আটক।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো বাবুল হুছেইন।বুলি জানিব পৰা গৈছে
এখন ই-ৰিক্সাত বহি নিজেই ড্ৰাগছ খোৱাৰ লগতে বিক্ৰী কৰি থাকোঁতেই একাংশ লোকে প্ৰত্যক্ষ কৰি কৰায়ত্ব কৰে বাবুল হুছেইনক।
পিছত আৰক্ষীক চমজাই দিয়ে বাবলু হুছেইনক।
পলায়ন কৰে ড্ৰাগছ আসক্ত আন এজন ব্যক্তি।
বৰ্তমান শিৱসাগৰ বনিয়াবাৰী নিবাসী আটকাধীন বাবুল হুছেইনৰ স্থায়ী ঘৰ নগাঁৱৰ জুৰিয়াত।
শিৱসাগৰ পলাসনিৰ ভোলা দাসৰ পৰা ড্ৰাগছ ক্ৰয় কৰা বুলি স্বীকাৰোক্তি বাবুল হুছেইনৰ।