Share and Enjoy !

Shares

পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় APCC ৰ সভাপতি গৌৰৱ গগৈ। জুবিনক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৌৰৱ গগৈৱে

ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে।কয়,সোপাঢিলা চাৰ্জশ্বীটৰ বাবেই একাংশ অভিযুক্তই জামিন লাভ কৰিছে, জুবিনক্ষেত্ৰলৈ আহিয়েই অনেক কথা মনলৈ আহিছে। জুবিন দা হেৰাই যোৱাৰ ১ বছৰ পাছতো জুবিনক্ষেত্ৰৰ কাম আধৰুৱা হৈ আছে। ফ্লাইঅভাৰ কম সময়ত বনোৱা চৰকাৰক জুবিনক্ষেত্ৰ বনাবলৈ কিয় ইমান সময় লাগিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *