Share and Enjoy !

Shares

UPPL নেতা হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত তিনিজনক গ্ৰেপ্তাৰ।

মূল অভিযুক্ত অমৃত সৰকাৰ, আশিস মাদক, সঞ্জয় সাহাক গ্ৰেপ্তাৰ কৰিছে বিজনী আৰক্ষীয়ে।

২৯ জুলাইৰ নিশা নৃশংসভাৱে হ-ত্যা কৰা হৈছিল UPPLৰ বিজনী জিলা উপ-সভাপতি জীৱানন্দ বসুমতাৰীক।

বিজনীৰ ছাতিয়ানাগুৰিত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো।

Leave a Reply

Your email address will not be published. Required fields are marked *