জল্পনাৰ অন্ত! অৱশেষত ১৪ মাৰ্চ নিশা ঘোষণা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা।২৩ টা সমষ্টিৰ বাবে ঘোষণা কৰিছে এই তালিকা। ইয়াৰে ১৫টা সমষ্টি এৰিছে মিত্ৰ দলৰ বাবে।
কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা অনুসৰি…
গোলকগঞ্জত কাৰ্তিক চন্দ্ৰ ৰায়
বীৰসিং জৰুৱাত ৱাজেড আলী চৌধুৰী
বিলাসীপাৰাত অমৃত বাদশা
মানকাচৰত মহিবুৰ ৰহমান
গোৱালপাৰা পূবত আবুল কালাম ৰছিদ আলম
দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম
সৃজনগ্ৰামত নৰুল ইছলাম
মন্দিয়াত আব্দুল খালেক
ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ
ৰঙিয়াত প্ৰাণজিত চৌধুৰী
ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা
নিউ গুৱাহাটীত শান্তনু বৰা
মঙলদৈত ৰিজুমণি তালুকদাৰ
হোজাইত জিলি চৌধুৰী
ঢেকীয়াজুলিত বাতাস ওৰাং
ৰঙাপৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী
গহপুৰত শংকৰজ্যোতি কুটুম
ধেমাজিত শৈলেন সোণোৱাল
তিনিচুকীয়াত ডেভিদ ফুকন
টিংখঙত বিপুল গগৈ
দেৰগাঁৱত সাগৰিকা বৰা
ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ
কৰিমগঞ্জ(দক্ষিণ)ত আমিনুৰ ৰচিদ চৌধুৰী
ইফালে ভৱানীপুৰ- সৰভোগ, বজালী, পলাশবাৰী, গুৱাহাটী মধ্য, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আম্ৰি এইকেইটা সমষ্টি মিত্ৰ দলক এৰি দিছে কংগ্ৰেছে।