Month: July 2026

শোকাৱহ ঘটনা;গংগাধৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ তিস্তাৰপাৰ-বালাডোবা অঞ্চলত শোকাৱহ ঘটনা গংগাধৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন ১৮ বছৰীয়া যুৱক। ডুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম…

বিশ্বনাথত উদ্ধাৰ চুৰি হোৱা আ-অলংকাৰ; গ্ৰেপ্তাৰ তিনিটা গভাইত চোৰ

শুকুৰবাৰে নিশা বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াৰবাৰী নেপালী গাঁৱত চুৰিকাণ্ড। জানিব পৰা মতে,শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত তিনিজন…

এপল’ হাস্পতালত মৃত্যুক সাবটিলে গ্ৰীন বাছৰ খুন্দাত আহত জ্যোতিৰ্ময় দাসে

গুৱাহাটীত গ্ৰীন বাছৰ খুন্দাত আহত দ্বিতীয়জন যুৱকৰ মৃত্যু। গুৱাহাটীৰ এপ’ল’ হাস্পতালত মৃত্যু হয় আহত জ্যোতিৰ্ময়ৰ দাস নামৰ যুৱকজনৰ। উল্লেখ্য যে,…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজৱ কাণ্ড;জ্বৰ হোৱা ৰোগীক দিলে বৃক্ক ৰোগৰ ইনজেকচন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজৱ কাণ্ড। এগৰাকী কৰ্তব্যৰত নাৰ্ছে। জ্বৰ হোৱা ৰোগীক বৃক্ক ৰোগৰ বেজী দিয়াৰ অভিযোগ। শুকুৰবাৰে নিশা কৰ্তব্যত…

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ অজয় বিশ্বকৰ্মা;আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা

মহানগৰীত জালনোট সৰবৰাহকাৰীক এনকাউণ্টাৰ। আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা। জালনোট সৰবৰাহৰ সৈতে জড়িত আছিল অজয়। কাংকান নগৰত পুৱতি…

বান পৰিস্থিতিক লৈ উদ্বিগ্ন উত্তৰ পূব সীমান্ত ৰে’লৱে’

বান পৰিস্থিতিক লৈ উদ্বিগ্ন উত্তৰ পূব সীমান্ত ৰে’লৱে’ – অসমৰ ৰে’ল পথত ৩০টা স্পৰ্শকাতৰ স্থান চিনাক্ত – লামডিঙৰ পৰা বদৰপুৰ…

শিহৰণকাৰী ঘটনা! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বৰদেউতাকক

বুধবাৰে নিশা দেৰগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজপথতে নৃশংসভাৱে হত্যা এজন লোকক। জানিব পৰা অনুসৰি বুধবাৰে নিশা ১০মান বজাত সংঘটিত হয় এই…

নিশা মহানগৰীৰ দুই স্থানৰ পৰা জব্দ জালনোট

জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী। ইখনৰ পিছত সিখনকৈ জালনোটৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা…