Share and Enjoy !

Shares

গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইত এতিয়া সুলভ হৈছে নিষিদ্ধ ড্ৰাগছ।

সমান্তৰালভাৱে জালুকবাৰীৰ অলিয়ে-গলিয়ে পোৱা যায় এই মাৰাত্মক ড্ৰাগছ।

একাংশ বাংলাদেশী মীঞা লোকে জালুকবাৰীত মুক্তভাবে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

মহানগৰীৰ জালুকবাৰী গাড়ীগাঁৱত জব্দ নিষিদ্ধ ড্ৰাগছ।

গাড়ীগাঁৱৰ বেজপাৰাত উদ্ধাৰ ড্ৰাগছ।

বাদল আলী নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা জব্দ ড্ৰাগছ।

স্থানীয় ৰাইজে ধৰিবলৈ সক্ষম ক্ষয় ড্ৰাগছসহ সৰবৰাহকাৰীক।

সৰবৰাহকাৰীৰ ভিতৰত এজন বৰপেটাৰ কাইমুদ্দিন আলি আৰু আনজন মমিনুল ইছলাম।বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সেৱনকাৰীয়ে ভয়ংকৰ স্বীকাৰোক্তি দিয়ে যে জালুকবাৰী ৰে’ল লাইনৰ সমীপতে মুকলি ভাবে পোৱা যায় এই নিষিদ্ধ ড্ৰাগছ।

পলমকৈ ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষী।

উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয়

Leave a Reply

Your email address will not be published. Required fields are marked *