Share and Enjoy !

Shares

হাজোৰ নিজ গৃহভূমি দিহিনা গাঁৱত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম আদৰণি গাঁওবাসীৰ।

তীব্ৰ প্ৰত্যাহ্বান নেওচি অতি পিছপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক লৈ আনন্দিত গাঁওবাসী।

নিজ মাতৃভূমিত উপস্থিত হৈ নিজৰ গাঁওখনৰ লগতে হাজো-শুৱালকুছি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰি যাব বুলি উল্লেখ কৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।।

আনহাতে হাজো-শুৱালকুছি সমষ্টিৰ মাজেৰে যোৱা আমিনগাঁওৰ পৰা বৰপেটা সংযোগী ৰাজপথটো মেৰামতি কৰাৰ লগতে দুই লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’ব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *