Share and Enjoy !

Shares

চামগুৰিত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ।

চামগুৰিৰ গেন্ধালীত বন্যহস্তীৰ মুক্ত বিচৰণ।

আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ।

নিশা হ’লেই চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায় বন্যহস্তীটোৱে।

ভাঙি লণ্ডভণ্ড কৰে বাসগৃহ, নষ্ট কৰে কৃষিভূমি।

Leave a Reply

Your email address will not be published. Required fields are marked *