Share and Enjoy !

Shares

পৰ্বতঝোৰাৰ ৰঙামাটি হিলছত লোমহৰ্ষক হত্যাকাণ্ড।

স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ।

স্বামী হানিফ আলীয়ে খৰি কটা উদ্দেশ্যে বনাঞ্চললৈ গৈ সংঘটিত কৰিলে এই হত্যাকাণ্ড।

হত্যাকাণ্ড সংঘটিত কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিছিল জংঘলত

দীৰ্ঘদিনৰ পৰাই স্বামী-স্ত্ৰী মাজত চলি আছিল পাৰিবাৰিক কন্দল

স্বামী হানিফ আলীয়ে নিজক বচাবলৈ পত্নী নিৰুদেশ হোৱাৰ নাটক ৰচনা কৰি বগৰীবাৰী থানাত দাখিল কৰিছিল এজাহাৰ।

বগৰীবাৰী আৰক্ষীত তদন্ত ওলাই পৰে হত্যাকাণ্ডৰ সবিশেষ।

ঘন জংঘলৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ।

হত্যাকাৰী স্বামী হানিফ আলীক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *