১ জুলাইৰ পৰা বৃদ্ধি হ’ব যাত্রীবাহী বাছৰ ভাড়া
৭০ শতাংশ বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহন সন্থাৰ
বাছ ভাড়া ৭০% বৃদ্ধিৰ প্রস্তাৱক সমৰ্থন নামনি অসমৰ জিলা বাছ সন্থাৰ
যাত্ৰীসকল উঠা-নমাৰ ক্ষেত্ৰত ন্যূনতম ভাড়া হ’ব ২০ টকা
ইন্ধনৰ লগতে বাছৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত
নামনি অসমৰ সকলো জিলা বাছ সন্থাৰ এই সিদ্ধান্ত