মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ডকাইটি।
বুধবাৰে নিশা ২ বজাত জালুকবাৰীৰ ৰেডিছন ব্লু হোটেলৰ সমীপত সংঘটি হয় এই ঘটনা
৬ জনীয়া ডকাইটৰ দলে লুটপাত চলাই ঘৰটোত।
ঘৰৰ পিছফালৰ দৰ্জাৰে সোমাই ডকাইটৰ দলটি।
ময়েজ ভূঞা নামৰ ব্যক্তি গৰাকীৰ ঘৰত চুৰে চলাই লুটপাট
নিশা ঘৰটিত আছিল দুগৰাকী ব্যক্তি।
ডকাইটৰ ৬ জনীয়া দলটিয়ে নগদ ধনৰ লগতে সোণৰ আ অলংকাৰো লুটি লৈ যায় বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ দলে আৰম্ভ কৰিছে তদন্ত।